Posted inঅসম

৫৪ বছৰত ভৰি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

গুৱাহাটীঃ ১ ফেব্ৰুৱাৰী মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ওপজা দিন। আজি ৫৪ বছৰত ভৰি দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। নিজৰ ওপজা দিনটোত পুৱাৰ ভাগতে মুখ্যমন্ত্ৰী উপস্থিত হয় উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰত। মন্দিৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে ভগৱানৰ আশীষ লয়। মুখ্যমন্ত্ৰী গৰাকীৰ উপস্থিতিত দৌল গোবিন্দ মন্দিৰত ব্যাপক ভিৰ পৰিলক্ষিত হয়। স্থানীয় মহিলা সকলে নিজ হাতৰে কেক বনাই মুখ্যমন্ত্ৰী ড০ […]