জামুগুৰিহাটঃ কৰোনা সৃষ্ট পৰিৱেশৰ মাজত ঘৰতে আৱদ্ধ থাকি অতি কম সময়ৰ ভিতৰত কলাগুৰু জনাক ৰংঙৰ তুলিকাৰে প্ৰাণ দিছে এজন যুৱকে ৷ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ধলাইবিলৰ বিতুপন ভূঞাই মাত্ৰ তিনি মিনিটতে অংকন কৰিলে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ চিত্ৰ। ৰাজ্যত মহামাৰী কৰোনাৰ বাবেই সকলো একপ্ৰকাৰে গৃহবন্দী ৷ তাৰমাজতেই এনেদৰে ব্যতিক্ৰমী ধৰণে জামুগুৰিহাটৰ ধলাইবিলৰ বিতুপন ভূঞাই নিজৰ ঘৰতে নিজৰ […]