গুৱাহাটীঃ কোভিডত আক্ৰান্ত হৈছে অসমৰ জনপ্ৰিয় আলোচনী ‘বিস্ময়’ৰ সম্পাদক শশী ফুকন। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে শশী ফুকন। আৰৰু পঢ়কঃকৰোনা মুক্ত হৈ থাকিবৰ বাবে টীয়কৰ এখন গাঁৱে দেখুৱাইছে বিশেষ আদৰ্শ ৭৬ বছৰীয়া শশী ফুকন দহ দিনে ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। শশী ফুকনৰ আশু আৰোগ্য কামনা কৰি তেওঁৰ উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ […]