Posted inঅসম

পঞ্চদশ বিধান সভাৰ অধ্যক্ষৰূপে দায়িত্ব ল’লে বিশ্বজিৎ দৈমাৰী

পঞ্চদশ বিধান সভাৰ অধ্যক্ষৰূপে আজি দায়িত্ব দিলে বিশ্বজিৎ দৈমাৰীয়ে। শুকুৰবাৰে বিধানসভাত বিনাপ্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হ’ল দৈমাৰী। বিশ্বজিৎ দৈমাৰীয়ে দাখিল কৰা তিনিওখন মনোনয়ন পত্ৰ বৈধ ঘোষণা কৰে প্ৰ’টেম অধ্যক্ষ ফণীভূষণ চৌধুৰীয়ে। বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে বিধানসভাৰ প্রধান সচিবৰ হাতত বিশ্বজিৎ দৈমাৰীয়ে অধ্যক্ষ হিচাপে মনোনয়ন দাখিল কৰিছিল ৷ মিত্রজোঁট তথা শাসকীয় দলৰ প্রার্থী ৰূপে বিশ্বজিৎ দৈমাৰীৰ মনোনয়ন দাখিলৰ বিপৰীতে বিৰোধীয়ে […]