নিউজ ডেস্ক: অহা ৮ জুলাইত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত সন্মিলন অনুষ্ঠিত কৰা হ’ব । ৰাজ্যত পঞ্চায়তীৰাজ ব্যৱস্থাক অধিক শক্তিশালী কৰিবলৈ অসম বিধান সভাই বিশেষ উদ্যোগ গ্ৰহণ কৰিছে। ইয়াৰ পূৰ্বে ডিব্ৰুগড়ত অসম বিধানসভাই প্রথম পৰ্যায়ত পঞ্চায়ত সন্মিলন অনুষ্ঠিত কৰিছিল । এক সংবাদমেলযোগে বৃহস্পতিবাৰে এই কথা সদৰী কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে । সংবাদমেলত […]