Posted inঅসম

হাফপেন্ট বিতৰ্কৰ তদন্ত ঘোষণা অসম কৃষি বিশ্ববিদ্যালয়ৰ

নিউজ ডেস্ক: হাফপেন্ট বিতৰ্কৰ তদন্ত ঘোষণা অসম কৃষি বিশ্ববিদ্যালয়ৰ । কৃষিবিশ্ববিদ্যালয়ৰ তিনিজনীয়া তদন্ত কমিটি গঠন । বিভাগীয় মূৰব্বী ড: জয়ন্ত ডেকাৰ নেতৃত্বত গঠন হৈছে কমিটি খন। কাইলৈ বিশ্বনাথলৈ যাব তিনিজনীয়া কমিটিখন | বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক তপন কুমাৰ গোহাঁইয়ে সংবাদ মাধ্যমত সদৰী কৰিছে এই কথা । লগতে পঢ়ক –হাফ পেণ্ট পিন্ধাৰ বাবেই পৰীক্ষাত বহিব নিদিলে এগৰাকী যুৱতীক […]