Posted inঅসম

বিষাক্ত কাঠফুলা ভক্ষণ কৰি একেটা পৰিয়ালৰ সাতজনকৈ লোক অসুস্থ

বিশ্বনাথঃ বিশ্বনাথৰ মিজিকা চাহ বাগিচাৰ একেটা পৰিয়ালৰ সাতজনকৈ লোক বিষাক্ত কাঠফুলা ভক্ষণ কৰি অসুস্থ। বিশ্বনাথৰ মিজিকা চাহ বাগিচাৰ পৰিয়ালটোয়ে নিজ গাঁৱৰ পৰা বুটলি আনিছিল এই বিষাক্ত কাঠফুলা। লাহে লাহে পৰিয়ালটোৰ সদস্য সকলৰ পেটৰ বিষ আৰু বমি আৰম্ভ হয়। অসুস্থ হৈ পৰা পৰিয়ালটোৰ লোক সকলক ১০৮ সেৱাৰে বিশ্বনাথ অসামৰিক চিকিৎসালয় লৈ চিকিৎসাৰ বাবে লৈ যোৱা হয়। […]