Posted inঅসম

বিশেষ ভাৱে সক্ষম লোকৰ কাষত বিশ্বনাথ মহাবিদ্যালয়ৰ ছাত্ৰ সমাজ

বিশ্বনাথঃ বিশ্বনাথ মহাবিদ্যালয়ৰ শিক্ষা বিভাগে শনিবাৰে বৰ্দ্ধিত কাৰ্যসূচীৰ অন্তগৰ্ত গুৰু পাঠ্যক্ৰমৰ অধীনত ছাত্ৰছাত্ৰীসকলৰ জ্ঞান লাভৰ বাবে বিশেষভাৱে সক্ষম ব্যক্তিৰ বাবে বালিপুখুৰীত থকা ”North Eastern Regional Multipurpose School and Handicap Training center” পৰিদৰ্শন কৰে । আৰু পঢ়কঃবিশ্বনাথ মহাবিদ্যালয়ত ৫৭সংখ্যক মহাবিদ্যালয় সপ্তাহ আয়োজন ছাত্ৰ-ছাত্ৰীৰ দলটোৱে মানসিক উৎকৰ্ষ সাধনৰ বাবে ভাৱৰ আদানপ্ৰদান কৰি ব্যৱহাৰিক জ্ঞান অৰ্জন বাবে চেষ্টা […]