Posted inঅসম

বিহালীৰ এগৰাকী মহিলাৰ ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ গহপুৰৰ স্বামী ঘৰত

বিশ্বনাথ : গহপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। বিহালীৰ এগৰাকী মহিলাৰ ৰহস্যজনক অৱস্থাত গহপুৰৰ স্বামী ঘৰত মৃতদেহ উদ্ধাৰ হোৱাকলৈ সৃষ্টি হৈছে চাঞ্চল্যৰ। মৃত মহিলাগৰাকীৰ পিতৃ গৃহৰৰ লোকে অভিযোগ কৰিছে যে স্বামীৰ পৰিয়ালৰ লোকে হত্যা কৰিছে মহিলা গৰাকীক। ৰাজ্যত সম্প্ৰতি দিনক দিনে ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰিছে নাৰী নিৰ্যাতনৰ ঘটনা। কণমানি, কিশোৰীৰ পৰা আৰম্ভ কৰি গাভৰু, […]