Posted inNews

বিশ্বনাথত পৰকীয়া প্ৰেমৰ কৰুণ পৰিণতি: ডিঙি ৰেপি হত্যা দুটি সন্তানৰ মাতৃক

বিশ্বনাথ: পৰকীয়া প্ৰেমৰ বাবেই ভয়ংকৰ মৃত্যুক সাবটিব লগিয়া হ’ল বিশ্বনাথ জিলাৰ চতিয়া থানাৰ অন্তৰ্গত জয়পুৰৰ পপী বৰাই। দুটি সন্তানৰ মাতৃ মহিলা গৰাকীৰ মৃত্যুত অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে নাগশংকৰৰ নতেলিয়া গাঁৱৰ পপী বৰা কিছু বছৰ পূৰ্বে চতিয়াৰ জয়পুৰৰ পদুম মগৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। বিবাহৰ পিছত দুটাকৈ সন্তানৰ মাতৃ হৈয়ো পপী বৰা পৰকীয়া […]