Posted inঅসম

কুখ্যাত গঁড় চিকাৰী ৰচিদুল হক গ্ৰেপ্তাৰ

বিশ্বনাথ : কুখ্যাত গঁড় চিকাৰী ৰচিদুল হক গ্ৰেপ্তাৰ। বন বিভাগৰ অভিযানত গ্ৰেপ্তাৰ হয় কুখ্যাত গঁড় চিকাৰী ৰচিদুল হক। কেইবাটাও গঁড় হত্যাৰ লগত জড়িত আছিল কুখ্যাত গঁড় চিকাৰী ৰচিদুল হক। দীর্ঘদিন ধৰি বহিঃৰাজ্যত আত্মগোপন কৰি আছিল গঁড় চিকাৰীজন। বিশ্বনাথ জিলা বন্যপ্ৰাণী সংমণ্ডলৰ অপৰাধ অনুসন্ধান শাখাই বুধবাৰে নিশা গোপন খবৰৰ ভিত্তিত অভিযান চলাই ৰচিদুল হক নামৰ এজন […]