Posted inঅসম

বিশ্বনাথত বাঢ়নী পানীয়ে সংযোগ বিচ্ছিন্ন কৰিলে বিশ্বনাথৰ বৰপথাৰ -মাজুলীগড় পথ

বিশ্বনাথঃ বিশ্বনাথৰ বৰপথাৰত বানৰ সংহাৰী ৰূপ।‌ বাঢ়নী পানীয়ে সংযোগ বিচ্ছিন্ন কৰিলে বিশ্বনাথৰ বৰপথাৰ আৰু মাজুলীগড় পথ। ৰাজ্যত এফালে মহামাৰি কৰোনাৰ আতংক আৰু আনফালে ভূতৰ ওপৰত দানবৰ ৰূপ লৈছে বানৰ সন্ত্ৰাসে। যোৱা কেইবাদিন ধৰি পৰা নেৰা নেপেৰা বৰষুণৰ ফলত বানৰ কবলত পৰিছে বিশ্বনাথৰ উত্তৰ অঞ্চলৰ বৰপথাৰ। নেৰা নেপেৰা বৰষুণৰ ফলত নিশাটোৰ ভিতৰতে অঞ্চলটো সম্পূৰ্ণ জলমগ্ন হৈ […]