Posted inকলা-সংস্কৃতি

বিশ্বনাথ মহাবিদ্যালয়ত ৫৭সংখ্যক মহাবিদ্যালয় সপ্তাহ আয়োজন

বিশ্বনাথঃ বিশ্বনাথ মহাবিদ্যালয়ৰ ৫৭ সংখ্যক মহাবিদ্যালয় সপ্তাহৰ আয়োজন কৰা হৈছে। বিভিন্ন বৰ্ণাঢ্য় কাৰ্যসূচীৰ মাজেৰে ৪তাৰিখৰ পৰা মহাবিদ্যালয় সপ্তাহ অনুষ্ঠিত কৰা হৈছে। মহাবিদ্যালয়সপ্তাহত প্ৰাচীৰ প্ৰত্ৰিকা প্ৰতিযোগিতা আজিৰ অন্যতম কাৰ্যসূচী। মহাবিদ্যালয়খনৰ ১৫ টা বিভাগে অংশ গ্ৰহণ কৰা প্ৰাচীৰ প্ৰত্ৰিকা প্ৰতিযোগিতাখনিৰ শুভ উদ্ধোধন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° চিন্তামণি শৰ্মাই । বিচাৰক হিচাপে উপস্থিত থাকে চাৰিআলি উচ্চতৰ মাধ্যমিক বহুমূখী […]