বিশ্বনাথঃ আজি বিশ্ব ৰক্তদান দিৱস। আজিৰ এই বিশেষ দিনটোতে চৰ্চালৈ আহিছে এজন সাধাৰণ ব্যক্তি। বিশ্বনাথৰ এনে এজন ব্যক্তি, যিয়ে শতাধিকবাৰ ৰক্তদান কৰি আনক জীৱন দান কৰি আহিছে। এগৰাকী সুস্থ লোকে কিমান বাৰ ৰক্তদান কৰিব পাৰে? মুছলিম সম্প্ৰদায়ৰ বিলাল শ্বেখ নামৰ ব্যক্তিজনে বৰ্তমানলৈকে এশ আঠত্ৰিশ গৰাকী বিভিন্ন ধৰ্মাৱলম্বীলোকক ৰক্তদান কৰি জীৱন দান কৰিছে। এই বিলাল শ্বেখে […]