Posted inমুখ্যপৃষ্ঠা

অগপ-বিজেপিৰ আসন বুজা বুজিক লৈ গুৰুত্বপূৰ্ণ বৈঠক,নিশা পুনৰ বহিব দুয়োদলৰ নেতৃত্ব

নিউজ ডেস্ক: আগন্তুক অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দলৰ আসন ভাগ বটোৱাৰাক লৈ দুয়োটা দলৰ বিষয়ববীয়া সকলৰ প্ৰাৰম্ভিক পৰ্যায়ৰ এখন বৈঠক বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ বাসগৃহত অনুষ্ঠিত হৈ যায় ৷ উক্ত বৈঠকত আগন্তুক বিধানসভা নিৰ্বাচনত দুয়োটা দলৰ আসন ভাগ কৰাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা হয় ৷ উক্ত সভাত ৰাজ্যিক বিজেপিৰ […]