লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অস্তিত্বৰ সংকটত ভুগা অসম গণ পৰিষদলৈ আহিছে ভাল খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মা অসম গণ পৰিষদৰ সাংগঠনিক ভেটিক লৈ সন্তুষ্ট নহ’লেও কেন্দ্ৰীয় নেতৃত্বৰ মন কুমলিছে অতুল-কেশৱলৈ। কাৰণ এটাই। লোকসভা প্ৰভাসৰ যোগেদি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কিৰেণ ৰিজিজুৱে প্ৰস্তুত কৰা প্ৰতিবেদন আৰু উত্তৰ-পূৱৰ তিনি ৰাজ্যৰ […]