Posted inঅসম

চিকিৎসকৰ সম্পৰ্কে বিৰূপ মন্তব্য কৰি বিপদত আঙুৰলতা

নিউজ ডেস্ক: অসম বিজেপিৰ মহিলা শাখাৰ সভানেত্ৰী আঙুৰলতা ডেকাই দন্ত চিকিৎসকৰ সম্পৰ্কে কৰা মন্তব্যৰ বিৰুদ্ধে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে। বিজেপি নেত্ৰী গৰাকীয়ে দন্ত চিকিৎসকৰ ওচৰলৈ চিকিৎসাৰ বাবে যোৱাৰ সময়ত যুবতী মহিলাই সমস্যাৰ সন্মুখীন হ’ব লগাত পৰে বুলি সংবাদমেলত নাৰীৰ শ্লীলতাহানীৰ বিষয়ে কবলৈ গৈ মন্তব্য কৰিছিল।আঙুৰলতা ডেকাই সংবাদ মেল সম্বোধন কৰি ৰোগী চোৱাৰ নামত পুৰুষ দন্ত […]