Posted inঅসম

পৰম্পৰাগত সাজপাৰ পৰিধান কৰি ৪০ খন সাংগঠনিক জিলাত বিজেপিৰ কাৰ্যনিৰ্বাহক সভা

সোণাৰিঃ ভাৰতীয় জনতা পাৰ্টী চৰাইদেউ জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভাখন আজি মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত লাকুৱা গ্ৰাম্য মণ্ডলৰ আতিথ্যত চলাপথাৰ শ্যাম গাঁওত অনুষ্ঠিত হয়। চলাপথাৰ শ্যাম গাঁৱৰ অংকুৰ সাংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত সভাখনত কাৰ্যনিৰ্বাহকৰ বিষয়ববীয়া তথা সদস্যসকলক পৰম্পৰাগত সাজপাৰ পৰিধান কৰি অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় । ইফালে কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰিবলৈ আহি অসম চৰকাৰে আদৰ্শ গাঁও আঁচনিত […]