Posted inNews

সমাগত লোকসভা নিৰ্বাচন; বিজেপিৰ পৰা পদত্যাগ ১৬ সদস্যৰ

নিউজ ডেস্ক: নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আভ্যন্তৰীণ কন্দলে গা কৰি উঠিছে বিজেপিৰ ভিতৰচৰাত। পুনৰ বিজেপিৰ পৰা পদত্যাগ কৰিলে ১৬ জনকৈ সদস্যই। সোমবাৰে সামাজিক মাধ্যমৰ সক্ৰিয় কৰ্মীৰ সৈতে মুখ্যমন্ত্রীৰে হোৱা বাৰ্তালাপ কাৰ্যসূচীলৈ নিমন্ত্রণ নজনোৱাৰ ক্ষোভত পদত্যাগ কৰে শিৱসাগৰজিলা সামাজিক মাধ্যম কোষৰ বিজেপিৰ ১৬ গৰাকী সদস্যই। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সামাজিক মাধ্যম […]