Posted inঅসম

বিজেপি নতুন ৰাজ্যিক কমিটি গঠন

গুৱাহাটীঃ ৰাজ্যিক বিজেপিৰ পূৰ্ণাংগ কমিটী ঘোষণা। কমিটীখনত উপ–সভাপতিৰ দায়িত্ব লাভ কৰিছে সাংসদ ডাঃ ৰাজদ্বীপ ৰয়, সাংসদ তপন কুমাৰ গগৈ, ৰেখাৰাণী দাস বড়ো, বিজুলী কলিতা মেধী, বিধায়ক নৱ কুমাৰ দলে, অশোক ভট্টৰায়, জয়ন্ত কুমাৰ দাস আৰু অজয় কোঁৱৰে। সাধাৰণ সম্পাদক হিচাপে দায়িত্ব লাভ কৰিছে ফণীন্দ্ৰনাথ শৰ্মা (সাংগঠনিক),পল্লৱ লোচন দাস,পুলক গোহাঁই আৰু দীপ্লু ৰঞ্জন শৰ্মাই৷সম্পাদক হিচাপে দায়িত্ব […]