লখিমপুৰঃ লখিমপুৰ জিলাৰ লালুকত বিজেপি কৰ্মীৰ আত্মহত্যা। সোমবাৰে পুৱা নিজ বাসগৃহৰ এটা পৰিত্যক্ত কোঠাত চিপ লোৱা অৱস্থাত উদ্ধাৰ মিঠুৰঞ্জন দাস নামৰ বিজেপি কৰ্মীজনৰ মৃতদেহ। বিজেপি নেতা জনৰ মৃতদেহৰ কাষত উদ্ধাৰ কৰা হৈছে তিনি পৃষ্ঠাৰ এখন চুইচাইড নোট। ঋণ-ধাৰত পোত গৈ অৱশেষত জীৱনৰ এই কঠোৰ চৰম সিদ্ধান্ত বাছি লোৱাৰ শিহৰণকাৰী বৰ্ণনা উল্লেখ কৰা আছে এই ছুইচাইড […]