তিনিচুকীয়া : ব্লেক ফাংগাছত আক্ৰান্ত হৈ উজনি অসমৰ প্ৰথমজন আৰু ৰাজ্যৰ দ্বিতীয়জন লোকৰ মৃত্যু ঘটিছে। আজি পুৱা ডিব্ৰুগড়ত এজন ৫৩ বছৰীয়া লোকৰ ব্লেক ফাংগাছ বা মিউকোৰমাইকোছিচৰ ফলত মৃত্যু হয়। ইয়াৰ পূৰ্বে যোৱা ১৯ মে’ত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ব্লেক ফাংগাছত আক্ৰান্ত হৈ অসমৰ প্ৰথমজন লোকৰ মৃত্যু হৈছিল। উক্ত লোকজনৰ ঘৰ নগাঁও জিলাত আছিল। অসম চিকিৎসা […]