ঢাকাৰ গুলিস্তান অঞ্চলত মঙলবাৰে ৭ মহলীয়া অট্টালিকাত সংঘটিত হয় এক ভয়ংকৰ বিস্ফোৰণ। ১৪ জন লোক নিহত হোৱাৰ লগতে আহত হয় ১০০ৰো অধিক লোক। বিস্ফোৰণৰ পিছতে সমগ্ৰ অট্টালিকাটোত অগ্নিকাণ্ড সংঘটিত হয়। উদ্ধাৰ কাৰ্যৰ বাবে ততালিকে ১১খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন নিয়োজিত কৰা হয়।অট্টালিকাটোৰ বেছমেণ্টত বহু লোক আবদ্ধ হৈ পৰাৰ ফলত মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা […]