Posted inঅসম

অকালতে দৃষ্টিশক্তি হেৰুওৱা গোৰেশ্বৰৰ প্ৰাণজিতৰ জীৱন সংগ্ৰাম

গোৰেশ্বৰঃ জীৱনৰ মাথোঁ ২২ টা বসন্ত গৰকিছে কিন্তু হঠাতে দৃষ্টি শক্তি হেৰুৱাই পেলাবলগীয়া হ’ল প্ৰাণজিতে। বাক্সা আৰু ওদালগুৰি জিলাৰ সীমান্তৱৰ্তী পানেৰী সমষ্টিৰ এখন ভিতৰুৱা গাওঁ দহলাহাবিৰ প্ৰাণজিতে দৃষ্টি শক্তি হেৰুৱাই বিগত তিনিটা বছৰে কঠিন জীৱন সংগ্ৰামত যুঁজি আছে। প্ৰয়াত ৰাজেন দাস আৰু সাৰদা দাসৰ প্ৰথম পুত্ৰ প্ৰাণজিৎ। পিতৃৰ বিয়োগৰ পিছত প্ৰাণজিতে ঘৰ খন চলাই আছিল। […]