গোলাঘাটঃ ৰক্তদান মহান দান। বিপদৰ সময়ত এক ইউনিট ৰক্তৰ বাবে হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় বহু জনৰ মাজত। কিন্তু আৰ্তজনক এই ৰক্তৰ যোগান ধৰিবলৈ বাদুলিপাৰত অনুষ্ঠিত কৰিছে ৰক্তদান শিবিৰ ৷ গোলাঘাট জিলাৰ বাদুলিপাৰৰ স্বেচ্ছাসেৱী সংগঠন সহায়ৰ উদ্যোগত তথা বাদুলিপাৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু কেইবাটাও সংগঠনৰ সহযোগত আজি বাদুলিপাৰ মজদুৰ ক্লাৱ প্ৰাঙ্গণত আয়োজন কৰিছে এটা ৰক্তদান শিবিৰ […]