Posted inতথ্য-প্ৰযুক্তি

১ এপ্ৰিলৰ পৰা টুইটাৰৰ ব্লু টিকৰ বাবে দিব লাগিব মূল্য

নিউজ ডেস্কঃ টুইটাৰৰ ব্লু টিকৰ বাবে এতিয়া পৰা দিব লাগিব মূল্য। ইলন মাস্কে টুইটাৰৰ মালিকীস্বত্ব গ্ৰহণ কৰাৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। যিসকল টুইটাৰ ব্যৱহাৰকাৰীৰ ব্লু টিক হিচাপে চিহ্নিত সেইসকলে ১ এপ্ৰিলৰ পৰা দিব লাগিব মাহিলী ৬৫০ টকাকৈ। টুইটাৰে জনোৱা অনুসৰি, এই ছাবক্রিপচন সেৱাৰ জৰিয়তে ব্যৱহাৰকাৰীসকলে ১০৮০ পিক্সেল ৰিজ’লুচনৰ ভিডিঅ’ আপলোডৰ সুবিধা লাভৰ লগতে […]