Posted inদেশ-বিদেশ

মহিলাৰ জালত পৰিল বৃহদাকায় টুনা মাছ

নিউজ ডেস্কঃ এগৰাকী মাছমৰীয়া মহিলাৰ জালত পৰিল এটা প্ৰকাণ্ড ব্লু ফিন টুনা মাছ। ৪৫০ কিলোগ্ৰাম ওজনৰ ব্লু ফিন টুনা মাছটো ধৰাটো এগৰাকী মহিলাৰ পক্ষে সাধাৰণতে সম্ভৱ নহয়। মহিলাগৰাকীয়ে কৌশলেৰে ধৰি নাওখনত কঢ়িয়াই অনা দৈত্য আকৃতিৰ মাছটোৰ ভিডিঅ’ এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। বৃহৎ মাছটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিছেল বানচাউথজ চিচেল নামৰ এগৰাকী মহিলা মাছমৰীয়াৰ জালত […]