নিউজ ডেস্কঃ ভাৰতত অক্টোবৰ মাহৰ পৰা অনুষ্ঠিত হ’বলৈ গৈ আছে পুৰুষৰ এদিনীয়া ক্ৰিকেট বিশ্বকাপ। বি চি চি আই ক্ৰিকেট বিশ্বকাপৰ বাবে ভেন্যু এতিয়ালৈকে ঠিক কৰা নাই যদিও ESPN CRICINFO এক প্ৰতিবেদনে অসমবাসীলৈ কঢ়িয়াই আনিছে সুখবৰ। মঙলবাৰে ক্ৰিকেট খেলৰ সংবাদ প্ৰতিষ্ঠান ESPN CRICINFO য়ে এক বাতৰি প্ৰতিবেদনত লিখে যে, বিচিচিআইয়ে কমেও ক্ৰিকেট বিশ্বকাপ খেলৰ বাবে এক […]