Posted inক্ৰীড়া

Its been an honour! আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১৪ বছৰ সম্পূৰ্ণ কৰি Virat Kohli ৰ মন্তব্য

সুদীৰ্ঘ ১৪ টা বছৰ! আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰায় ডেৰ দশক অতিক্ৰম কৰিলে কিং কোহলীয়ে। বিৰাট কোহলীৰ কথাই কৈছো। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীয়ে ১৯ বছৰ বয়সত ১৮ আগষ্ট ২০০৮ ৰ দিনটোত অৰ্থাৎ চৈধ্য বছৰ পূৰ্বে ভাৰতৰ হৈ এদিনীয়া খেলত আত্মপ্ৰকাশ কৰিছিল।