Posted inদেশ-বিদেশ

বাংলাদেশৰ নাওঁ দুৰ্ঘটনাত নিহতৰ সংখ্যা ৬৪ জনলৈ বৃদ্ধি

নিউজ ডেস্ক: বাংলাদেশত অলপতে সংঘটিত এক নাও দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৬৪ জনলৈ বৃদ্ধি পাইছে। তদুপৰি দুৰ্ঘটনাৰ দুটা দিন পাৰ হৈ যোৱাৰ পিছতো নাওখনত থকা আন ২০জন যাত্ৰী সন্ধানহীন হৈ আছে বুলি জানিব গৈছে। উল্লেখযোগ্য যে যোৱা দেওবাৰে মহালয়া উপলক্ষে উত্তৰ-পশ্চিম বাংলাদেশৰ পঞ্চগড় জিলাত বদেশ্বৰী মন্দিৰত পুজা আগবঢ়াবলৈ যোৱা একাংশ লোকক কঢ়িয়াই নিয়া এখন […]