Posted inNews

কেৰালাত ভয়ংকৰ নাও দুৰ্ঘটনা, ২১ জন লোক দুৰ্ঘটনাত নিহত

নিউজ ডেস্ক: দেওবাৰে নিশা কেৰালাৰ মালাপ্পুৰম জিলাত এখন পৰ্যটকৰ নাও ডুবি যোৱাৰ ফলত কমেও ২১ জন লোকৰ মৃত্যু হয়। সংবাদ সংস্থা পিটিআইৰ মতে, নাওখনত ৩০ জনৰো অধিক লোক আছিল। কেৰালাৰ ক্ৰীড়া মন্ত্ৰী ভি আব্দুৰৰহমানে বিভিন্ন চিকিৎসালয়ৰ পৰা পোৱা তথ্যৰ ভিত্তিত বৰ্তমানৰ লৈকে ২১ জন লোকৰ মৃত্যু নিশ্চিত কৰিছে। মন্ত্ৰী ভি আব্দুৰৰহমানে কয় যে, মৃতসকলৰ বেছিভাগেই […]