Posted inঅসম

অতি শীঘ্ৰে বড়ো ভূমিৰ চোৰাং চিকাৰী আত্মসমৰ্পণ কৰিব

গুৱাহাটী : বড়ো ভূমিৰ চোৰাং চিকাৰী সকল অতি শীঘ্ৰে অস্ত্ৰ ত্যাগ কৰিব। ইতিমধ্যে কিছুদিন পূৰ্বে বহু চোৰাং চিকাৰীয়ে অস্ত্ৰ ত্যাগ কৰিছে। অহা ২ অক্টোবৰ তাৰিখে গান্ধী জয়ন্তীৰ দিনা চোৰাং চিকাৰী সকল অস্ত্ৰ ত্যাগ কৰাৰ সম্ভাৱনা আছে। এই কথা জানিবলৈ দিয়ে বি টি আৰ প্ৰধান প্ৰমোদ বড়োৱে। সোমবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত গণেশ মংগল যাত্ৰা কাৰ্যসূচীত […]