নিউজ ডেস্কঃ গণতন্ত্ৰ দিৱসৰ দিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বড়োলেণ্ডৰ বাসীৰ বাবে কৰিলে ঐতিহাসিক ঘোষণা । ২০২০ চনৰ স্বাক্ষৰিত বিটিআৰ চুক্তি অনুসৰি গহপুৰলৈ সীমা সম্প্ৰসাৰণৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। মুখ্যমন্ত্ৰী গৰাকীয়ে খানাপাৰাত অনুষ্ঠিত গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীত ভাষণ প্ৰদান কৰি কয় যে, “ঢেকীয়াজুলি, চতিয়া, বিশ্বনাথ, বিহালী, গহপুৰত ৮০ শতাংশতকৈও বেছি বড়ো লোক বাস কৰা ৪৩ খন […]
Tag: Bodeland Territorial Region (BTR)
Posted inঅসম