Posted inঅসম

৬১সংখ্যক বড়ো সাহিত্য সভাৰ অন্তিম দিনা ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অংশগ্ৰহণ

নিউজ ডেস্কঃ তামুলপুৰ জিলাৰ কচুবাৰীৰ গৌজন পথাৰত তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৬১সংখ্যক বড়ো সাহিত্য সভাৰ আজি অন্তিম দিন। অন্তিম দিনা মুকলি সভাত অংশগ্ৰহণ কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। সভাস্থলীত উপস্থিত থাকে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, সাংসদ ৰনগৌৰা নাৰ্জাৰী। লগতে উপস্থিত থাকে অসমৰ ৰাজ্যপাল জগদীশ মুখী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেমছিং টামাং […]