কোকৰাঝাৰঃ বিপিএফ দল ত্যাগ কৰিলে প্ৰবীণ বড়োৱে। ইতিমধ্যে হাগ্ৰামা মহিলাৰীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে বড়োৱে। প্ৰবীণ বড়ো বিপিএফ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদকৰ পদত আছিল। ব্যক্তিগত কাৰণতে বড়োৱে দল ত্যাগ কৰা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে প্ৰবীণ বড়োৱে অগপ আৰু বিপিএফ দলৰ টিকটত দুবাৰকৈ বৰমা বিধান সভা সমষ্টিত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল। উল্লেখ্য যে, ২০০৯ চনত হাগ্ৰামা […]