Posted inঅসম

বিপিএফত বিভাজন ৩জন পাৰিষদৰ ইউ পি পি এল ত যোগদান

সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছতেই বড়োলেন্ডৰ শাসন ভাৰ লবলৈ সাজু থকা বিপিএফত খহনীয়া অব্যাহত আছে ।শাসনাধীস্থ ইউ পি পি এলত আজি যোগদান কৰে তিনিজনকৈ পাৰিষদে । বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়োৰ উপস্থিতিত যোগদান কৰে বিপিএফৰ তিনিজনকৈ পাৰিষদে । ইউ পি পি এলত যোগদান কৰা পাৰিষদ কেইজন হল অমৰ বসুমতাৰী, প্ৰভাত বসুমতাৰী আৰু ধনঞ্জয় বসুমতাৰী । এই […]