নিউজ ডেস্ক: বড়োলেণ্ড বিশ্ববিদ্যালয়ে গ্ৰহন কৰিছে এক সিদ্ধান্ত । এতিয়াৰে পৰা বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয় সমুহত শিক্ষাৰ্থীয়ে স্নাতকৰ গুৰু বিষয়ৰ পৰীক্ষাত লিখিব লাগিব ইংৰাজী ভাষাত । বিশ্ববিদ্যালয়খনৰ পৰা বিতাৰিত কৰা হ’ল অসমীয়া ভাষা । ২৮ মাৰ্চত বিশ্ববিদ্যালয়খনত অনুষ্ঠিত হোৱা শৈক্ষিক পৰিষদৰ বৈঠকত এই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। এই সিদ্ধান্তত অনুমোদন জনাইছিল বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যগৰাকীয়ে । […]