Posted inঅসম

বড়োলেণ্ডবাসীৰ জীৱনৰ মান উন্নত কৰাৰ লক্ষৰে BTC-BRLF–ৰ মাজত বিশেষ বুজাবুজি চুক্তি

গুৱাহাটী: বড়োলেণ্ড অঞ্চলৰ জনজাতি আৰু আদিবাসীসকলৰ আৰ্থ-সামাজিক অৱস্থা উন্নত কৰাৰ লক্ষৰে Bharat Rural Livelihoods Foundation-ৰ সৈতে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে বিটিচিয়ে। এই চুক্তি জৰিয়তে অহা ৪ বছৰত বাক্সা আৰু উদালগুৰিৰ জিলাৰ দুটা দুটাকৈ মুঠ ৪ ব্লকৰ ৪০,০০০ পৰিয়ালৰ জীৱনধাৰণৰ মান যথেষ্ট উন্নত হ’ব বুলি আশা কৰা হৈছে।   “Transforming the Lives of Bodoland Tribes” […]