নিউজ ডেস্ক : আজি ডিব্ৰুগড় সংঘটিত হৈছে এক অঘটন। ডিব্ৰুগড় বগীবিল দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাপ দিলে এজন যুৱকে। বৰবৰুৱা চুকাফা তিনিআলিৰ পৰা অৰুণাচলৰ দিশে গৈ থকা এখন গাড়ীত উঠি গৈছিল যুৱকজন। তাৰ পাছতে গাড়ী পৰা নামি যুৱকজনে বগীবিল দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাপ দিয়ে। জানিব পৰামতে যুৱকজন ডিগবৈৰ অনিকৃত দত্ত । অৰুণাচলত ইঞ্জনিয়াৰিং পাঠ্যক্ৰম গ্ৰহণ কৰি […]