Posted inঅসম

আজি সাত বহাগ: বিহু আৰু ‘সাতশাকী’ খোৱাৰ পৰম্পৰা

প্ৰবীণ বৰুৱা,মঙলদৈঃ ‘সাতশাকী খোৱা’ বহাগৰ সাতবিহুৰ লগত জড়িত এক পৰম্পৰা। অসমৰ গ্ৰাম্য অঞ্চলত সাত বহাগৰ ভিতৰত সাতশাকী খোৱাৰ পৰম্পৰা অতীজৰে পৰা চলি আহিছে। ঠাই বিশেষে সাতবিহুৰ দিনা আৰু কোনো কোনো ঠাইত ৰঙালী বিহুৰ সাতটা দিনৰ যিকোনো এটা দিনত খোৱাৰ পৰম্পৰা প্ৰচলিত। অসমৰ ঠাইভেদে ব’হাগৰ সাতবিহুৰ দিনা শতাধিক শাক খোৱা আৰু তেনেকৈ কোনো কোনো ঠাইত আকৌ […]