Posted inঅসম

মহিলা সৱলীকৰণৰ লক্ষ্যৰে জৈৱিক পাচলি দোকান উদ্বোধন

বৈঠালাংছ’ঃ নাৰীৰ সুৰক্ষা আৰু অধিকাৰৰ উদ্দেশ্যে বিশ্বজুৰি পালন কৰা হৈছে আন্তৰ্জাতিক নাৰী দিৱস ৷ অসম ৰাজ্যিক জীৱিকা অভিযান ৰংখাং উন্নয়ন খণ্ডৰ অন্তৰ্গত কাৰ্বি লাংপি CLF উদ্যোগত আত্মসহায়ক গোটৰ মহিলা সকলে বিভিন্ন কাৰ্যসূচীৰে পালন কৰিছে নাৰী দিৱস ৷ নাৰী দিৱস উপলক্ষে  মহিলা সৱলীকৰণৰ লক্ষ্যৰে ৰংখাং উন্নয়ন খণ্ডৰ তৰফৰ পৰা মহিলা আত্মসহায়ক গোটৰ সদস্যা সকলৰ কাৰণে এখন […]