নিউজ ডেস্কঃ ৰাজ্যত দুৰ্নীতিৰ বিৰুদ্ধে আৰক্ষীৰ যুঁজ অব্যাহত আছে। এইবাৰ দুৰ্নীতি সংঘটিত হ’ল শিক্ষাত। উৎকোচ লৈ হাতে-লুটে ধৰা পৰিল বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক । শনিবাৰে তদাৰকী আৰু দুৰ্নীতি বিৰোধী সঞ্চালকালয়ৰ এটি দলে বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত অভিযান চলাই আটক কৰে পঞ্জীয়ক গুৰু প্ৰসাদ খাটনিয়াৰক। উৎকোচ লৈ থকা অৱস্থাতে হাতে-লুটে ধৰা পৰিল খাটনিয়াৰ। টুইট যোগে এই বিষয়ে […]