Posted inঅসম

সম্প্ৰীতিৰ নিদৰ্শনৰ মাজেৰে ইজনে-সিজনৰ গাত বোকা সানি পালন কৰিলে বোকা বিহু

মাজুলীঃ আজি অসমৰ ভূমিপুত্ৰ দেউৰী জনগোষ্ঠী লোকসকলৰ ব’হাগ বিহু বা ইবাঁকু বিচু। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মাজুলীৰ মাজৰ দেউৰী গাঁৱতো পৰম্পৰা ৰক্ষা কৰি ৰাইজসকলে উদযাপন কৰিলে হেঁপাহৰ বিহুটি। জনগোষ্ঠীটোৰ লোকসকলে বহাগ মাহৰ প্ৰথমটো বুধবাৰে বিহুৰ উৰুকা আৰু বৃহস্পতিবাৰে বিহু পালন কৰে। বৃহস্পতিবাৰে বিহুৰ দিনা পুৱা গাঁৱৰ বয়োজ্যেষ্ঠসকলে ঘৰে ঘৰে সূৰ্যক সাক্ষী কৰি পূজা-অৰ্চনাৰ জৰিয়তে সকলোৰে […]