Posted inঅসম

বোকাজানত এক কেজি পাঁচশ গ্ৰাম ড্ৰাগছসহ এজনক আটক

বোকাজান মহকুমাৰ দিলাই আৰক্ষী চকীৰ অন্তৰ্গত লাহৰিজান প্ৰহৰা আৰক্ষীৰ নাকা তালাচীত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক কৰিছে আৰক্ষীয়ে। এক গোপন সূত্ৰৰ ভিত্তিত বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত আৰুডিলাই আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লুৎফুৰ ৰহমান,লাহৰিজানৰ দেৱ প্ৰতিম কোঁৱৰ,আৰু বোকাজান CRPF বাহিনীৰ সহযোগত লাহৰিজানত আৰক্ষী নাকা পইণ্টত চলোৱা তালাচীত এখন ট্ৰাকৰ পৰা উদ্ধাৰ কৰিবলৈ […]