Posted inNews

ড্ৰাগছসহ গ্ৰেপ্তাৰ মহিলা ড্ৰাগছ সৰবৰাহকাৰী

বোকাজান : ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ সৰবৰাহ। পুনৰ ড্ৰাগছসহ আৰক্ষীৰ জালত জালত ড্ৰাগছ সৰবৰাহকাৰী। ড্ৰাগছসহ এগৰাকী মহিলা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ মাজতো ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ সৰবৰাহ। প্ৰতিদিনে আৰক্ষীৰ জালত পৰিছে ড্ৰাগছ সৰবৰাহকাৰী। পুনৰ এগৰাকী ড্ৰাগছ সৰবৰাহকাৰী পৰিছে আৰক্ষীৰ জালত। বোকাজানত ড্ৰাগছসহ আৰক্ষীৰ জালত পৰিছে এগৰাকী মহিলা ড্ৰাগছ সৰবৰাহকাৰী। বোকাজান […]