Posted inঅসম

নৃশংস! ছয়গাঁৱত মহিলাৰ দাৰ ঘাপত নিহত কাম কৰা ছোৱালীৰ মাতৃ

উত্তৰা বড়ো নামৰ এগৰাকী মহিলাৰ আক্ৰমণত তেওঁৰেই ঘৰত কাম কৰা ছোৱালীৰ মাতৃ নিহত হৈছে। ইফালে এই ঘটনাত আহত হয় সুশীলা বড়ো আৰু কাম কৰা ছোৱালী শিৱানী ৰাভা। নিহত মহিলাগৰাকী প্ৰতিভা ৰাভা।