Posted inঅসম

বকোত ভয়ংকৰ পথ দুর্ঘটনা : নিহত তিনি

বকো : বকোত ভয়ংকৰ পথ দুর্ঘটনা। দুখন বাহনৰ মাজত মুখামুখি সংঘর্ষ। থিতাতে নিহত এগৰাকী মহিলা। চিকিৎসালয়ত মৃত্যুৰ মুখত পৰে দুজন লোক। কামৰূপ জিলাৰ বকোত নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুর্ঘটনা। নিশা ৰাষ্ট্ৰীয় ঘাইপথত দুখন বাহনৰ মাজত হোৱা মুখামুখি সংঘর্ষত তিনিজনকৈ লোকৰ মৃত্যু হয়। বকোৰ বন্দাপাৰাত ৰোগী কঢ়িওৱা টাটা ছুম আৰু সামগ্ৰী কঢ়িওৱা এখন বাহনৰ […]