Posted inদেশ-বিদেশ

সুশান্ত সিং ৰাজপুত আত্মহত্যা কাণ্ড: অভিনেতাজনৰ ফ্লেটমেটক গ্ৰেপ্তাৰ

অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সৈতে জড়িত এটা ড্ৰাগছৰ গোচৰত ভাৰতৰ মাদকদ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰো (নাৰ্কোটিকছ কণ্ট্ৰ’ল ব্যুৰো)-এ প্ৰয়াত অভিনেতাজনৰ সৈতে একেলগে থকা সিদ্ধাৰ্থ পিথানী নামৰ তেওঁৰ বন্ধুজনক গ্ৰেপ্তাৰ কৰিছে। শুকুৰবাৰে নাৰ্কোটিকছ কণ্ট্ৰ’ল ব্যুৰোৰ এগৰাকী বিষয়াই এই কথা সদৰী কৰে। পিথানীক হায়দৰাবাদত গ্ৰেপ্তাৰ কৰি পিছত মুম্বাইলৈ অনা হয় বুলি তেওঁ জানিবলৈ দিয়ে। উল্লেখযোগ্য যে পিথানী বলিউডৰ […]