Posted inকলা-সংস্কৃতি/মনোৰঞ্জন

ঘৰত আছে দুগৰাকী পত্নী,চাৰি সন্তান! এইবাৰ বিয়াৰ প্ৰস্তাৱ দিলে বলীউড অভিনেত্ৰীক

নিউজ ডেস্কঃ উৰ্বশী ৰৌতেলা বলীউডৰ এগৰাকী আটাইতকৈ ধুনীয়া অভিনেত্ৰী। তেওঁৰ সৌন্দৰ্যত বহু পুৰুষ বলীয়া। বিভিন্ন সময়ত, বহুতে তেওঁক প্ৰেম বা বিবাহৰ প্ৰস্তাৱ দিছিল। এক সাক্ষাৎকাৰত, উৰ্বশীয়ে তেওঁলৈ আগবঢ়োৱা এক বিবাহৰ প্ৰস্তাৱৰ বিষয়ে প্ৰকাশ কৰিছিল। তেওঁক সোধা হৈছিল, আপুনি কেতিয়াবা অদ্ভুত ধৰণৰ প্ৰস্তাৱ পাইছে নেকি? ইয়াৰ উত্তৰত অভিনেত্ৰীগৰাকীয় যি প্ৰকাশ কৰিলে আপুনি জানি আচৰিত হ’ব। অভিনেত্ৰীগৰাকীয়ে […]