Posted inমুখ্যপৃষ্ঠা

মুকলি হ’ল বহু প্ৰত্যাশিত ছবি ‘পাঠানৰ’ ট্ৰেইলাৰ

নিউজ ডেস্কঃ চলিত বৰ্ষৰ জানুৱাৰী ২৫ তাৰিখে ভাৰতৰ সকলো ছবিগৃহত মুক্তি পাব নতুন হিন্দী ছবি ‘পাঠান’। Yash Raj Filmsৰ বেনাৰত নিৰ্মাণ হোৱা বহু প্ৰত্যাশিত ছবি “পাঠান”ৰ অফিচিয়েল ট্ৰেইলাৰ আজি মুকলি হয়। উল্লেখ্য যে, ২০১৮ চনৰ “জিৰো”ৰ পিছত চুপাৰষ্টাৰ শ্বাহৰুখ খানে পুনৰ ৫ বছৰ সময়ৰ অন্তত পাঠানৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ছবিখনত খনত বলিউদৰ বহুতো তাৰকাই […]