Posted inমুখ্যপৃষ্ঠা

অভিনেতা প্ৰভাসে মাহিলী ৪০ লাখ টকাত ভাড়াত দিছে ইটালীৰ বাসগৃহ

নিউজ ডেস্কঃ আদিপুৰুষ ছবিখনক লৈ মুক্তি লাভৰ পূৰ্বৰে পৰা মুক্তি লাভৰ পাছতো অব্যাহত আছে বিতৰ্ক। প্ৰায় ৬০০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা ছবিখনক লৈ একাংশই অসন্তুষ্টি প্ৰকাশ কৰাৰ বিপৰীতে একাংশ দৰ্শকে ছবিখন উপভোগ কৰাও পৰিলক্ষিত হৈছে।  তাৰ মাজতে আদিপুৰুষ ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰা প্ৰভাসক লৈ প্ৰকাশ পাইছে এটা বিশেষ খবৰ। এনডিটিভিৰ বাতৰি অনুসৰি, অভিনেতাগৰাকীয়ে […]