নিউজ ডেস্ক: আজি মুক্তি লাভ কৰিলে প্ৰভাস, কৃতি সেনন, ছাইফ আলি খানৰ অভিনীত বলিউডৰ ছবি আদিপুৰুষৰ ট্ৰেইলাৰ। ছবিখনৰ ঘোষণা হোৱাৰ পৰা কিছু বিৰ্তকৰ সন্মুখীন হৈছিল যদিও বিৰ্তকৰ মাজেৰে মুক্তি লাভ কৰিলে ছবিখনৰ ট্ৰেইলাৰ। ওম ৰাওতৰ দ্বাৰা পৰিচালিত ছবিখনত দক্ষিণৰ অভিনেতা প্ৰভাসে অভিনয় কৰিছে ৰামৰ চৰিত্ৰত, কৃতি সেননে সীতা চৰিত্ৰত আৰু ছাইফ আলি খানে ৰাৱণৰ চৰিত্ৰত […]