Posted inকলা-সংস্কৃতি/মনোৰঞ্জন

বিমলৰ বিজ্ঞাপন কৰি অৱশেষত অনুৰাগীৰ পৰা ক্ষমা বিচাৰিলে অক্ষয় কুমাৰে

নিউজ ডেস্ক: গুটখা কোম্পানী ‘বিমল’ৰ বিজ্ঞাপন কৰি বিগত কিছুদিন ধৰি ব্যাপক সমালোচনাৰ সন্মুখীন হোৱা বলিউডৰ অভিনেতা অক্ষয় কুমাৰে অৱশেষত তেওঁৰ অনুৰাগীসকলৰ ওচৰত ক্ষমা বিচাৰে। অভিনেতা গৰাকীয়ে টুইট কৰি অনুৰাগীসকলৰ ওচৰত ক্ষমা বিচাৰি ভৱিষ্যতে কেতিয়াও গুটখা কোম্পানীৰ বিজ্ঞাপন নকৰে বুলি কয়। অনুৰাগীসকলৰ উদ্দেশ্যে দিয়া টুইটত তেওঁ কয়, ”মই আপোনালোকৰ (মোৰ সকলো অনুৰাগী আৰু শুভাকাংক্ষী) ক্ষমা বিচাৰিছো। […]