Posted inইষ্ট ম'জ' বিশেষ

নিগেটিভ চৰিত্ৰই কিয় আকৰ্ষিত কৰে বলীউড অভিনেতা বলৰাম দাসক?

নিউজ ডেস্কঃ শেহতীয়াকৈ মুক্তিলাভ কৰা বলীউড চলচ্চিত্ৰ ‘A Thursday’ হয়তো সকলোৱে চাইছে। চলচ্চিত্ৰখনত অভিনয় কৰা গোৱেকাৰ নামৰ সেই বিশেষ চৰিত্ৰটো হয়তো আপোনালোকৰ নিশ্চয় মনত আছে। গোৱেকাৰৰ চৰিত্ৰত অভিনয় কৰা সেই অভিনেতাজন  হৈছে অসম সন্তান বলৰাম দাস। ইতিমধ্যে বলৰাম দাসে ‘গব্বৰ ইজ বেক’, ‘হাইজেক’, ‘ৱেলকাম হোম’কে ধৰি বলীউডৰ কেইবাখনো জনপ্ৰিয় চলচ্চিত্ৰত অভিনয় কৰি সকলো মন-প্ৰাণ জয় […]