Posted inঅসম

সোণাৰিত এটা ক’লা বেগক কেন্দ্ৰ কৰি শ্বাসৰূদ্ধকৰ পৰিৱেশ

সোণাৰি: সোণাৰিত এটা ক’লা বেগক কেন্দ্ৰ কৰি এক শ্বাসৰূদ্ধকৰ পৰিৱেশৰ সৃষ্টি হয়। শুকুৰবাৰে দিনৰ প্ৰায় ১২.৩০ বজাত সোণাৰিৰ নামৰূপ বাছ আস্থানৰ কাষৰ এটা তেল ডিপোৰ সন্মুখত পৰি থকা ক’লা বেগক লৈ সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ। উল্লেখ্য যে এটা গৰাকী বিহীন ক’লা বেগ বহু সময় ধৰি পৰি থকা দেখা পাই স্থানীয় লোকে আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে […]