Posted inদেশ-বিদেশ

ইজৰাইলৰ ধৰ্মীয় অনুষ্ঠানত অঘটন; হেঁচা-ঠেলাত ৪০তকৈ অধিক তীৰ্থযাত্ৰীৰ মৃত্যু, শতাধিক আহত

শুকুৰবাৰে ইজৰাইলত এখন ধৰ্মীয় অনুষ্ঠানত হোৱা লৰা-ঢপৰাত কমেও ৪৪ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে শতাধিক লোক। সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি দেশখনৰ মেৰন পৰ্বতৰ পাদদেশত প্ৰতি বছৰে অনুষ্ঠিত ইহুদী লোকসকলৰ পবিত্ৰ লাগ ব’মাৰ (Lag B’Omer) উৎসৱত এই ঘটনা সংঘটিত হয়। প্ৰতি বছৰৰ দৰে এইবাৰো উৎসৱটোত হাজাৰ হাজাৰ ইহুদী লোক সমৱেত হৈছিল। ক’ভিড মহামাৰী […]