Posted inঅসম

বঙাইগাঁৱত জুবিন গাৰ্গক নিষিদ্ধ ঘোষণা

নিউজ ডেস্কঃ হাৰ্টথ্ৰব জুবিন গাৰ্গক বঙাইগাঁও জিলাত নিষিদ্ধ ঘোষণা। অনাগত দিনত জুবিন গাৰ্গে বঙাইগাঁৱত কোনো সংগীতানুষ্ঠান কৰিব নোৱাৰিব হুংকাৰ প্ৰদান আক্ৰাছুৰ। জুবিন গাৰ্গে গোৱালপাৰাৰ এক সংগীতানুষ্ঠানত পৃথক কমতাপুৰৰ ৰাজ্য গঠনৰ বিৰোধিতা কৰি মন্তব্য আগবঢ়াইছিল। যাৰ বাবে আজি আক্ৰাছুয়ে জুবিন গাৰ্গক বঙাইগাঁৱত নিষিদ্ধ ঘোষণা কৰিলে। জানিব পৰা অনুসৰি, আগন্তুক ব’হাগ বিহুৰ বাবে বঙাইগাঁৱৰ দুটাকৈ স্থানত জুবিনৰ […]