Posted inঅসম

পৃথক বড়োভূমিৰ দাবীত গঠন হ’ল নতুন সংগঠন

নিউজ ডেস্ক: পৃথক বড়োভূমিৰ দাবীত গঠন হৈছে এটা নতুন ছাত্ৰ সংগঠন। সোমবাৰে কোকৰাঝাৰৰ দেৱৰগাঁওস্থিত বড়োলেণ্ড চহীদ সমাধিক্ষেত্ৰত অনুষ্ঠিত এক সভাত গঠন কৰা হয় বড়ো নেশ্যনেল ষ্টুডেণ্টছ ইউনিয়ন চমুকৈ BoNSU নামৰ সংগঠনটো। সভাত সংগঠনটোৱে ২০২০ চনৰ ২৭ জানুৱাৰীত স্বাক্ষৰিত বড়ো শান্তি চুক্তিয়ে বড়োসকলৰ সামাজিক তথা ৰাজনৈতিক অধিকাৰসমূহ ৰক্ষা কৰাত বিফল হোৱা বুলি অভিযোগ কৰে। সংবাদ মাধ্যমলৈ […]