২০২২ বৰ্ষৰ সন্মানীয় ‘অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা’ বিশিষ্ট কথা-শিল্পী ড° প্ৰণৱজ্যোতি ডেকালৈ। আজি অসম গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত ডেকালৈ প্ৰদান কৰা হ’ব এই বঁটা।