Posted inNews

অসম গ্ৰন্থমেলাত সিদ্ধাৰ্থ শংকৰ ডেকাৰ ‘ৰণছন্দ’ মুকলি

সদ্যসমাপ্ত কাটাৰ বিশ্বকাপৰ বিভিন্ন কাৰিকৰী দিশ সামৰি ‘দৈনিক অসম’ৰ জ্যেষ্ঠ উপ-সম্পাদক তথা ফুটবল সংগঠক সিদ্ধাৰ্থ শংকৰ ডেকাই ৰচনা কৰা তথা পূৰ্বায়ণ প্ৰকাশনে প্ৰকাশ কৰা ‘কাটাৰ বিশ্বকাপৰ ৰণছন্দ’ নামৰ ব্যতিক্ৰমী গ্ৰন্থখন আজি অসম গ্ৰন্থমেলাত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ৷ কাটাৰ বিশ্বকাপ ফুটবলৰ উদ্বোধনী মেচৰ পৰা ফাইনেল পৰ্যন্ত মুঠ ২৬খন উত্তেজনাপূৰ্ণ মেচত দলসমূহে লোৱা ৰণকৌশল, প্ৰশিক্ষকসকলৰ ভূমিকা […]