Posted inNews

মহুৰামুখৰ নিকৰি বৰতলত মিচিং ভাষাৰ শিক্ষা শীৰ্ষক গ্ৰন্থ উন্মোচন

কমাৰগাঁও, চন্দন বৰা: গোলাঘাট জিলাৰ কমাৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত মহুৰামুখৰ নিকৰি বৰতলত আজি দিচৈ পৰীয়া মিচিং বাংকে কেবাংৰ উদ্যোগত নিকৰি বৰতল প্ৰাথমিক বিদ্যালয়ত মিচিং ভাষা শিক্ষা শীৰ্ষক এখন গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয় । দিচৈ পৰীয়া বাংকে আগম কেবাংৰ সভাপতি সুৰেশ বৰিৰ সভাপতিত্বত অনুষ্ঠিত সভাত অৱসৰপ্ৰাপ্ত শিক্ষক যোগেশ লইঙে গ্ৰন্থখন উন্মোচন কৰে। অনুষ্ঠানত গ্ৰন্থখনৰ লেখক […]