Posted inঅসম

টীয়কত কাব্যালোচনী ”শিকলি” উন্মোচন

টীয়কঃ টীয়কৰ পৰা নতুনকৈ প্ৰকাশ পোৱা ছয়মহীয়া কাব্যালোচনী “শিকলি”ৰ প্ৰথমটো সংখ্যা বসন্ত সংখ্যা হিচাপে শুকুৰবাৰে প্ৰকাশ পাইছে। কাব্যালোচনীখনৰ প্ৰথমটো সংখ্যা টীয়কৰ “খবৰ ২৪×৭ অসম” ৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। কাব্যালোচনীখনৰ মুখ্যসম্পাদক কবি অৰূপজ্যোতি হাজৰিকাই আঁতধৰা অনুষ্ঠানত কাব্যালোচনী খন উন্মোচন কৰে বিশিষ্ট কবি , গীতিকাৰ অজিত বৰদলৈয়ে। অনুষ্ঠানটোত যোৰহাট জিলা সাংবাদিক সন্থাৰ সভাপতি ৰামপ্ৰসাদ ফুকন, […]