Posted inNews

১২০৫ দিন – শতকৰ খৰাং শেষ কিং কোহলীৰ! টেষ্টত ২৮তম আৰু কেৰিয়াৰৰ ৭৫ তম আন্তঃৰাষ্ট্ৰীয় শতক

স্প’ৰ্টছ ডেস্ক – সুদীৰ্ঘ ৩ বছৰৰ পিছত শতকীয় ইনিংছ কিং কোহলীৰ। টীম ইণ্ডিয়াৰ তাৰকা খেলুৱৈ বিৰাট কোহলীয়ে অৱশেষত টেষ্ট ক্ৰিকেটত তেওঁৰ শতকৰ খৰাং শেষ কৰিলে। আহমেদাবাদত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা চতুৰ্থ টেষ্টৰ চতুৰ্থ দিনা কোহলীয়ে শক্তিশালী শতক অৰ্জন কৰে। ২৪১ টা বলৰ সমূখীন হৈ শতক সম্পূৰ্ণ কৰে কোহলীয়ে। উল্লেখ্য যে কিং কোহলীৰ বেটত অন্তিমটো শতৰাণ আহিছিল […]